ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেল

WhatsApp Image 2020 08 27 at 1.28.29 PM

● সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে এনডিএফবিৰ বঞ্চিত কেডাৰসকলে ।
● বিটিআৰ চুক্তি শান্তিৰ বাবে নে অশান্তিৰ বাবে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন এনডিএফবিৰ কেডাৰসকলৰ ।
● কেডাৰসকলৰ একাংশ‌ই মাহিলী ভাট্টাৰ পৰাও বঞ্চিত ।
● প্ৰতিমাহে ৬০০০ টকাকৈ আছিল প্ৰতিগৰাকীৰ ভাট্টা ।
● ভাট্টাসমূহ নিয়মীয়াকৈ প্ৰদান কৰা হোৱা নাই ।
● কেডাৰসকলৰ এনেধৰণে বিভাজন নকৰিবলৈ সকীয়নি ।
● বিটিআৰ চুক্তিৰ দফামতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী ।
●লগতে পূৰ্বৰে পৰা প্ৰদান কৰি অহা মাহিলী ভাট্টা প্ৰদান কৰিবলৈ দাবী জনায়। ।
●পুনৰ অস্ত্ৰ হাতত তুলি ল’ব লাগিব নেকি বুলি প্ৰশ্ন কৰে প্রাক্তন এনডিএফবিৰ কেডাৰসকলে।
● দৰকাৰ হ’লে একেলগে মৰি যাবলৈ সাজু থকাৰ হুংকাৰ ।
● বৰ্তমান দিন হাজিৰা কৰিবলগীয়া হৈছে কেডাৰসকলে ।
● অন্যহাতে একাংশ‌ কেডাৰে ই-ৰিক্সা চলায়ো পৰিয়াল পোহ-পাল দি আছে ।
● গতিকে শীঘ্ৰে বিটিআৰ চুক্তি মতে সংস্থাপনৰ দাবী জনায় ।

Exit mobile version