ক’ভিড আক্ৰান্ত কংগ্ৰেছৰ সাংসদ এইচ বসন্তকুমাৰৰ চেন্নাইত মৃত্যু

Vasanthkumar MLA 1200 1

◆তামিলনাডুৰ কন্যাকুমাৰীৰ সাংসদ এইচ বসন্তকুমাৰ ক’ভিড১৯ ত আক্ৰান্ত হৈ শুক্ৰবাৰে মৃত্যু হয় ।
◆ ৭০ বছৰীয়া নেতাগৰাকীক ১০ আগষ্টত কৰ’না ভাইৰাছৰ লক্ষণ থকাৰ বাবে চেন্নাইৰ এপল’ হস্পিতালত ভৰ্তি কৰিছিল।
◆ নেতাগৰাকী নিউম’নিয়াত ভুগিছিল আৰু ভেন্টিলেটৰত ৰখা হৈছিল।
◆ তামিলনাডুৰ প্ৰথমগৰাকী সাংসদ এইচ বসন্তকুমাৰ পূৰ্বতে দুবাৰকৈ বিধায়ক হৈছিল আৰু ৰাজ্য কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী অধ্যক্ষ আছিল ।

Exit mobile version