- নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ।
- গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা।
- তীব্ৰবেগত আহি ৰেলিঙত খুন্দা মাৰি এখন বাহন তলত বাগৰি পৰে বাহনখন।
- দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনৰ নম্বৰ এএছ ০১ বি এম ৩০৩২।
- সুৰাপান কৰি নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নলাত পৰে চাৰিচকীয়া বাহনখন ।
- গুৰুতৰ ভাৱে আহত হয় দুজন ব্যক্তি ।
নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
-
By publisher
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024