কাইলৈৰ পৰা অনুষ্ঠিত হ’ব জেইই মেইন ২০২০ৰ পৰীক্ষা

1537091280 7554

অৱশেষত বহু তৰ্ক-বিতৰ্কৰ অন্তত ১ছেপ্তেম্বৰৰৰ পৰা অনুষ্ঠিত হ’ব JEE ২০২০ ৷ ইয়াৰ মাজত পৰীক্ষাৰ্থীসকলৰ কাৰণে নেশ্যনেল টেষ্টিং এজেন্সীয়ে ক’ভিড-১৯ৰ সময়ত ল’ব লগা সাৱধানতা শীৰ্ষক এখন নিৰ্দেশনা জাৰি কৰিছে । আনহাতে JEEৰ পৰীক্ষাৰ্থীসকলে JEEৰ পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ i.e.jeemain.nta.nic.in ৰ পৰা ডাউনলড কৰিব পাৰিব ৷ তথ্য অনুসৰি চলিত বৰ্ষত JEE Main পৰীক্ষাত প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে ৷

চাওঁ আহক JEE পৰীক্ষাৰ্থী সকলে লগত নিব নোৱাৰা সামগ্ৰীৰ তালিকা-

Exit mobile version