- ৰাজ্যৰ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা ৷
- অবিবাহিত, দিব্যাংগ, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু বিধবা পেন্সন পোৱা মহিলাসকলে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ পাব ।
- অৰুণোদয় আঁচনিৰ অধীনত তেওঁলোকে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ ।
- অৱশ্যে সময় সাপেক্ষে এই ধনৰ পৰিমাণ বৃদ্ধি পাব ।
- আনহাতে ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব অৰুণোদয় আঁঁচনি।
অৰুণোদয় আঁচনিৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাৰ বিশেষ ঘোষণা
-
By publisher
- Categories: Assam, News
- Tags: AssamAssam Legislative AssemblyHimanta Biswa SarmaOrunodoi Scheme
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024