■ বিগত২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৭,৭৪৪টা ক’ভিড টেষ্টৰ ভিতৰত ৩,৫৫৫ জনৰ কৰ’না পজিটিভ ধৰা পৰে।
■ ৰাজ্যত সুস্থতাৰ হাৰ ৭.৪৪% ।
■ কামৰূপত ৯২৪, নগাঁওত ২৩৬, ডিব্ৰুগড়ত ২১৩ জন আৰু বাক্সাত ২০০ জন আক্ৰান্ত।
■ ৰাজ্যত মুঠ কৰ’নাত আক্রান্তৰ সংখ্যা ১,১৫,২৭৯ জন। ইয়াৰে ভিতৰত সুস্থ হৈ উঠিছে ৮৬,৮৯২ জন আৰু মৃত্যু হৈছে ৩২৩ জন। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ২৮,০৬১ জন।
বিগত২৪ ঘণ্টাত ৰাজ্যত ৩,৫৫৫ জন কৰ’নাত আক্রান্ত
-
By publisher
Related Content
Chhaygaon Visit Dr. Numal Momin:দক্ষিণ কামৰূপৰ ছয়গাঁৱত উপাধ্যক্ষ ডাঃ নোমল মমিণ
By
publisher
May 4, 2024
Dry Day declared in Kamrup Metropolitan District:কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা
By
publisher
May 4, 2024
Kamrup Election Rule Violate:কামৰূপত এতিয়া সৰিয়হৰ ডুলিতে যেন ভূত !
By
publisher
May 4, 2024