মহানগৰীত পুনৰ পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী বাঘ

dd4c79fc 67d3 4313 b29f 4992007c3228

 

মালিগাঁৱত পুনৰ দ্বিতীয়বাৰৰ কাৰণে পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী।

কিছু দিন পূৰ্বে একেটাই স্থানত পিঞ্জৰাবদ্ধ হৈছিল এটা নাহৰফুটুকী।

বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ তৎপৰতাত নাহৰফুটুকী বাঘক আৱদ্ধ কৰিবলৈ সক্ষম হৈছে ৷

Exit mobile version