ক’ভিড১৯ ত আক্ৰান্ত হৈ অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ মৃত্যু

2f4877fe 30c5 4dd9 88fe 708e25e3f92d

স্বামীহাৰা হ’ল অভিনেত্ৰী চেতনা দাস। ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হ’ল চেতনা দাসৰ স্বামী বিমল দাসৰ । ক’ভিড ১৯ত আক্ৰান্ত হৈ যোৱা ২৭ আগষ্টৰ পৰা তেওঁ জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল। আজি চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় দুই বজাত বিমল দাসৰ মৃত্যু হয়। আনহাতে অভিনেত্ৰী চেতনা দাসো ক’ভিডত আক্ৰান্ত হৈ যোৱা ২৮ আগষ্টৰ পৰা উক্ত হস্পিতালতে চিকিৎসাধীন হৈ আছে।উল্লেখযোগ্য যে বিমল দাস ভূতত্ব জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল ।

 

Exit mobile version