- ৰাজ্যৰ যুৱক যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ।
- মংগলদৈত গঠন হ’ব স্কিল ইউনিভাৰ্চিটি ৷
- এই সন্দৰ্ভত বিধানসভাই জনায় অনুমোদন ৷
- ইয়াৰ লগে লগে অনতিপলমে স্কিল ইউনিভাৰ্চিটিৰ নিৰ্মাণ পথ প্ৰশস্ত হ’ল ৷
- উল্লেখযোগ্য যে অসমত বিভিন্ন লোকৰ দক্ষ অভাৱ নাই ৷ গতিকে আজি বিধানসভাৰ অনুমোদনে অনাগত সমযত ৰাজ্যবাসীৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব ।
মংগলদৈত স্থাপন হ’ব স্কিল ইউনিভাৰ্চিটি
-
By publisher
- Categories: Assam, News
- Tags: AssamMangaldoiSkill University
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024