- কেন্দ্ৰৰ এক বিশেষ নিৰ্দেশনা ৷
- এতিয়াৰ পৰা কেন্দ্ৰই যিকোনো কেলেণ্ডাৰ, গ্ৰীটিংছ কাৰ্ড, ডায়েৰী আদি ছপা নকৰাৰ সিদ্ধান্ত লৈছে । অৰ্থাৎ এই ছপা হ’ব অনলাইনভাৱে।
- বিত্ত মন্ত্ৰণালয়ে দিয়া নিৰ্দেশনাটোত ইয়াকো কৈছে যে কফি টেবুলৰ ই বুকো ছপা কৰা নহ’ব ।
- উন্নত প্ৰযুক্তি বিদ্যাৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে এই পদক্ষেপ। এতিয়াৰ পৰা সকলো কেলেণ্ডাৰ, ডায়েৰী, গ্ৰীটিংছ কাৰ্ডৰ লগতে সকলো ব্যৱসায়িক বা উৎসৱ পাৰ্বনৰ কাৰ্ড ছপা হ’ব অনলাইন মাধ্যমৰে ৷
ADVERTISEMENT