- বিগত ২৪ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৯০,৬৩৩গৰাকী লোক।
- মৃত্যু হৈছে ১,০৬৫গৰাকী ৰোগীৰ ৷ আনহাতে এই বৰ্দ্ধিত সংখ্যাৰ সৈতে ভাৰতত ভাৰতত বৰ্তমান কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,১৩,৮১২গৰাকী।
- ইয়াৰে সুস্থ হৈ ঘৰলৈ উভতিছে ৩১লাখ ৮০হাজাৰ ৰোগী ৷
- ক’ভিড-১৯ত আক্ৰান্ত লোকৰ ক্ষেত্ৰত এতিয়া ভাৰতে দ্বিতীয় স্থান দখল কৰিছে।
- পূৰ্বতে দ্বিতীয় স্থানত আছিল ব্ৰাজিল। আনহাতে কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।
- ইপিনে দেশত ৪,২৩,০৭,৯১৪ টা কৰ’নাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।
ADVERTISEMENT