নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে চলোৱা এক অভিযানত ২৮ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পূৱ জ্যোতিনগৰৰ নামঘৰৰ সমীপত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে ড্ৰাগছসহ যুৱকজন আৰু AS-01-DQ-0827 নম্বৰৰ এখন স্কুটি জব্দ কৰে । ধৃত যুৱকজন নুনমাটিৰ দুই নম্বৰ নিজৰাপাৰ অঞ্চলৰ আৰিফ আমিন ওৰফে টিংকু বুলি আৰক্ষীয়ে সদৰী কৰিছে।
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ধৃত এক
-
By publisher
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024