ক’ভিডত আক্ৰান্ত কণ্ঠশিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী

WhatsApp Image 2020 09 08 at 9.11.15 PM

জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবীন ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ কণ্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ পত্নীও ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ ছ’চিয়েল মিডিয়াত এক প’ষ্টযোগে কণ্ঠশিল্পী গৰাকীয়ে এই কথা সদৰী কৰি লিখিছে, “মোৰ ক’ভিড-১৯ৰ টেষ্ট পজিটিভ পোৱা গৈছে। লগতে মোৰ শ্ৰীমতীৰো । এইকেইটা দিনত আমাৰ সংস্পৰ্শলৈ অহা প্ৰতিজনকে ক’ভিড টেষ্ট কৰি ল’বলৈ আৰু সাৱধানে থাকিবলৈ অনুৰোধ জনালোঁ ।”

ADVERTISEMENT
Exit mobile version