Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

বিটিচিত বিপিএফ দলৰ একমাত্ৰ বিকল্প দল ইউপিপিএল, যিয়ে বিটিচিত পৰিৱৰ্তন আনিব পাৰিব : ফৈলা জে বৰগয়াৰী

publisher by publisher
September 9, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
বিটিচিত বিপিএফ দলৰ একমাত্ৰ বিকল্প দল ইউপিপিএল, যিয়ে বিটিচিত পৰিৱৰ্তন আনিব পাৰিব : ফৈলা জে বৰগয়াৰী
1
SHARES
14
VIEWS
ShareShareShareShare

কৰ’নাৰ ভয়াবহতাৰ বাবে অনিৰ্দিষ্ট সময়ৰ বাবে বিটিচিৰ পৰিষদীয় নিৰ্বাচন পিচুৱাইছিল যদিও পৰিস্থিতিৰ ভিত্তিত অহা অক্টোবৰ মাহৰ ভিতৰতে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধাৰণা কৰা হৈছে । এতিয়া বিটিচিৰ সকলো ৰাজনৈতিক দলেই ককালত টঙালি বান্ধিছে নিৰ্বাচনত জয়ী হোৱাৰ বাবে ।

ADVERTISEMENT
http://dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Video-2020-09-09-at-5.32.23-PM.mp4

চিৰাং জিলাৰ অন্তৰ্গত বিটিচিৰ পৰিষদীয় ১৫ নং কাজলগাঁও সমষ্টীৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ তিনিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । দুপৰীয়া উজান বজাৰ ভিৰানগাঁও, তাৰপিছতে ৰৌমাৰী আৰু বিয়লি বাংগালডোবাত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। তিনিওখন নিৰ্বাচনী সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ।

সভাত উপস্থিত থাকি ইউপিপিএল দলৰ উপ সভাপতি তথা সমষ্টিটোৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে বিগত ১৭ টা বছৰে বিটিচিত শাসন কৰা বিপিএফৰ প্ৰতাৰণাৰ এটা যুগৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তনৰ বাবে আজি লাখ লাখ লোক ওলাই আহিছে ইউপিপিএল দলক সমৰ্থন কৰিবৰ বাবে । বিপিএফে বিজেপিৰ স’তে মিলিত হৈ আছে, সেয়া সকলোৱে জানে আৰু বুজে । তাৰপিছতো বিজেপিৰে ইউপিপিএলৰ সম্পৰ্ক থকা বুলি বিপিএফে অভিযোগ কৰি আছে । ‌

RelatedPosts

সাংস্কৃতিক ক্ষেত্ৰত অধিক গুৰত্ব বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

১২ জুনৰ পাছত বিপিএফ দলটোৱেই নাথাকিব, বিধায়ক-এমচিএলএ সকলো ভিন্ন দিশলৈ গতি কৰিব : ৰৌণগৌৰা নাৰ্জাৰীৰ বিস্ফোৰক মন্তব্য

মই কোনো প্ৰবীন বড়োক চিনি নাপাওঁ, মেল্লা প্ৰবীণ বড়ো আছে : হাগ্ৰামা মহিলাৰী

WhatsApp Image 2020 09 09 at 5.32.25 PM

গতিকে বিটিচিবাসী ৰাইজে আজি বুজাৰ বাবে ইউপিপিএল দলক সমৰ্থন কৰি এই দৰে মুকলি ভাৱে ওলাই আহিছে। বিগত দিনবোৰত বিপিএফে বিটিচিবাসী সকলো লোককে ঠগিলে । দুৰ্নীতি-ভ্ৰষ্টাচাৰে কোঙা কৰি তুলিলে বিটিচি বাসীক ।

এটাৰ পিছত এটা প্ৰতিশ্ৰুতি দিয়ো ৰক্ষা কৰিব নোৱাৰিলে বিপিএফে। গতিকে এইবাৰ বিটিচি বাসীৰ মুকলি ভাৱে ইউপিপিএল দলক সমৰ্থন কৰি ওলাই অহাত বিপিএফ দল যে নিশ্চিহ্ন হ’ব সেয়া প্ৰমাণিত হৈছে আৰু বিটিচিত ইউপিপিএল ৰ চৰকাৰ হ’ব সেয়া নিশ্চিত হৈছে।”

তিনিওখন সভাত মুখ‍্য অতিথি হিচাপে উপস্থিত থকা বড়ো বোলছবিৰ খুহুতীয়া অভিনেতা ফৈলা জে বৰগয়াৰীয়ে কয় যে, “বিটিচিত বিগত ১৭ টা বছৰ শাসনৰ নামত বিপিএফে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কৰিলে । মুষ্টিমেয় কেইজন মান লোক ধনী হ’ল কিন্ত সাধাৰণ লোকৰ একো উন্নতি নহ’ল।

বড়ো-অবড়োৰ ৰাজনীতিৰে দুবাৰকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াও একো নকৰিলে, মাথো আমাৰ মাজত বিভাজনহে কৰিলে । বিটিচিত বিজেপি, কংগ্ৰেছ, জিএচপি বা অন‍্যান‍্য কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া নিশ্চিত।

বিপিএফৰ বিকল্প দল হিচাপে বিটিচিৰ চৰকাৰ গঠন কৰিব পৰা দল মাথো ইউপিপিএল হে আছে । বিটিচিৰ পৰিৱৰ্তনৰ স্বাৰ্থত, বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ স্বাৰ্থত ইউপিপিএল দলৰ বাহিৰে আন কোনো বিকল্প নাই । গতিকে আপোনালোকৰ সমৰ্থনতহে পৰিৱৰ্তনৰ বাবে বিটিচিৰ চৰকাৰ গঠন কৰিব ইউপিপিএল দলে ।”

যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে চিৰাং জিলাৰ মুঠ ৭ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৪ টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল । একেদৰে এইবাৰো কমও পাঁচখন আসন দখল কৰাৰ দাবী কৰিছে ইউপিপিএল দলে ।

বিপিএফ দলে বিগত নিৰ্বাচনত চিৰাঙৰ ৭টা সমষ্টিৰ মাত্ৰ এটাতহে জয়ী হৈছিল । এই পৰ্যন্ত নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও বিপিএফ দলে এইবাৰ কেইটা নিজৰ দখলত ল’ব পাৰে আৰু ইউপিপিএল দলে কেইটা লাভ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BPFBTCBTC ElectionUPPL
publisher

publisher

Related Posts

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
Assam

Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: