Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

    Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

    Three Rohingya Girls Arrested in Tripura:ত্ৰিপুৰাত আটক তিনি ৰোহিংগীয়া কিশোৰী

    Nagalend Deadbody Recovered In Sonari Youth:নাগালেণ্ডত নৃশংস হত্যা অসমৰ যুৱকক

    Road Accident In Ganeshguri:গুৱাহাটীৰ গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

    Maligaon Accident:মালিগাঁৱৰ নীলাচল উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা

    Karbianglong:বাঁহত কাপোৰ বান্ধি অসুস্থ মহিলাক লৈ চিকিৎসালয়লৈ যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

কলিয়াবৰত পঞ্চায়ত প্ৰতিনিধিৰ ঘৰ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ

publisher by publisher
September 10, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
কলিয়াবৰত পঞ্চায়ত প্ৰতিনিধিৰ ঘৰ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ
1
SHARES
7
VIEWS
ShareShareShareShare

কলিয়াবৰত চৰকাৰী আঁচনি ঘোষণা মানেই যেন একাংশ নেতা-পালিনেতা, পঞ্চায়ত প্ৰতিনিধিৰ ধনৰ উজান ৷ দৰিদ্ৰৰ আশা-আকাংক্ষালৈ পিঠি দি মাথোঁ নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত হৈ পৰিছে তথাকথিত ৰাইজৰ সেৱক ৷ শেহতীয়াকৈ কলিয়াবৰ উন্নয়ন খণ্ডৰ লগতে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত বহুকেইটা পঞ্চায়তত চৰকাৰে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ নামত একাংশ নেতা-পালিনেতা, পঞ্চায়ত প্ৰতিনিধিয়ে দৰিদ্ৰক আঁচনি দিয়াৰ প্ৰচাৰৰে ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ আহি পৰিছে ৷

ADVERTISEMENT

এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিক এই অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ প্ৰতিশ্ৰুতিৰে একাংশ জনপ্ৰতিনিধি, নেতা-পালিনেতাই দুশৰ পৰা একহাজাৰ পৰ্যন্ত ধন দাবী কৰি লোৱাৰ অভিযোগ উঠিছে৷ ইয়াৰ মাজতে আজি কলিয়াবৰৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ড এলেকাৰ ৰহধলা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ধন দাবী আৰু ধন সংগ্ৰহক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

RelatedPosts

No Content Available

কলিয়াবৰৰ ৰহঢলা গাঁও পঞ্চায়তৰ একাংশ সচেতন লোকে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ । অৰুণোদয় আচঁনিৰ বাবে ধন সংগ্ৰহ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ৰহঢলা গাঁও পঞ্চায়তৰ দহ নং ৱাৰ্ডৰ পঞ্চায়তৰ সদস্য চম্পাৰাণী দাসে ধন সংগ্ৰহ কৰাক লৈ উত্তেজিত জনতাই ঘেৰাও কৰে সদস্যাগৰাকীৰ বাসগৃহ । প্ৰায় দুই শতাধিক জনতাই চম্পাৰাণী দাস মু্ৰ্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ।

উল্লেখ্য যে, পঞ্চায়ত কাৰ্যালয়ত কোনো জন প্ৰতিনিধি নাপায় প্ৰায় এক কিলোমিটাৰ পথ খোজ কাঢ়ি গৈ পঞ্চায়তৰ সদস্যাগৰাকীৰ বাসগৃহটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে জনসাধাৰণে। ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পঞ্চায়ত সদস্যাগৰাকীয়ে ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰে নিজ বাসগৃহৰ পৰা ৷ এয়া মাঁথো এক উদাহৰণহে ৷ কলিয়াবৰৰ দুয়োটা উন্নয়ন খণ্ড এলেকাৰ বহুকেইটা পঞ্চায়তত এতিয়া এনে আঁচনিৰ নামত জনপ্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাক লৈ প্ৰতিবাদমূখৰ হৈ পৰিছে ৰাইজ ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: kaliyabor
publisher

publisher

Related Posts

Lions Club Blood Donation Camp:লায়ন্স ক্লাব গুৱাহাটীৰ আৰু জুবলী ফাউণ্ডেশ্যনৰ মেগা ৰক্তদান শিবিৰ
Assam

September 25, 2023
Antyodaya Diwas At The State BJP Headquarters:ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত্যোদয়া দিৱস আৰু জন্মোৎসৱৰ আয়োজন

Asian Games:এছিয়ান গেমছত ভাৰতৰ  স্বৰ্ণ অৰ্জন
India

Forty Thousand Yaba Tablets Seized In Silchar:আৰক্ষী-চিআৰপিএফৰ যৌথ অভিযানত জব্দ ৪ কোটি টকাৰো অধিক মূল্যৰ য়াবা

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী
Assam

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী

September 25, 2023
Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?
Assam

Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

September 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: