অবড়ো ৰাইজৰ সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিব কেৱল গণ সুৰক্ষা পাৰ্টীয়ে ।
বি টি চিত এইবাৰ ৰাইজৰ নিৰ্বাচন ।
নিৰ্বাচনত পৰাজিত হ’লে মই দায়িত্ব ল’ম।
যদি পৰিষদ গঠন কৰিব নোৱাৰো তেন্তে মই ৰাজনৈতিক সন্যাস ল’ম।
ইউ পি পি এলৰ স্থিতি বহু তললৈ নামিছে ।
বি পি এফৰো অৱস্থা বেয়া।
কংগ্ৰেছ- ইউ ডি এফৰ মিত্ৰতাই ক্ষতি কৰিব সংখ্যালঘু লোকৰ।
বিজেপিৰ সাংগঠনিক ভেটিয়ে নাই বিটিএডিত।
বিটিএডিত গণ সুৰক্ষা পাৰ্টিয়ে পৰিষদ গঠন কৰাটো নিশ্চিত ।