বি টি চি ত পৰিষদ গঠন কৰিব নোৱাৰিলে ৰাজনৈতিক সন্যাস ল’ম: শৰণীয়া

77ab9ec6 7aee 4973 b997 5d8ce80550f6

অবড়ো ৰাইজৰ সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিব কেৱল গণ সুৰক্ষা পাৰ্টীয়ে ।

বি টি চিত এইবাৰ ৰাইজৰ নিৰ্বাচন ।

 নিৰ্বাচনত পৰাজিত হ’লে মই দায়িত্ব ল’ম।

যদি পৰিষদ গঠন কৰিব নোৱাৰো তেন্তে মই ৰাজনৈতিক সন্যাস ল’ম।

ইউ পি পি এলৰ স্থিতি বহু তললৈ নামিছে ।

বি পি এফৰো অৱস্থা বেয়া।

কংগ্ৰেছ- ইউ ডি এফৰ মিত্ৰতাই ক্ষতি কৰিব সংখ্যালঘু লোকৰ।

 

বিজেপিৰ সাংগঠনিক ভেটিয়ে নাই বিটিএডিত।

 

বিটিএডিত গণ সুৰক্ষা পাৰ্টিয়ে পৰিষদ গঠন কৰাটো নিশ্চিত ।

Exit mobile version