আপুনি যদি কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে তেন্তে কি কৰিব আৰু কি নকৰিব?

doctor.covid .patient G 1254958389

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কৰ’না মহামাৰীৰ পৰা সুস্থ হোৱা ৰোগীৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাত প্ৰতিদিনে যোগাসন কৰা, প্ৰাণায়াম কৰাকে ধৰি বহু নিৰ্দেশ দিছে মন্ত্ৰণালয়ে । লগতে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ ৰোগীয়ে পুৱা-গধূলি শৰীৰৰ অনুমতি সাপেক্ষে খোজ কঢ়াৰ বিষয়ে উল্লেখ আছে নিৰ্দেশনাত ৷

ADVERTISEMENT

কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আৰু কি কি বিধান দিছে চাওঁ আহক-

Exit mobile version