Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

ঢাকাত ঘাটি স্থাপনৰ উদ্দেশ্যে ব্ৰিটিছৰ দ্বাৰস্থ হৈছিল আলফা

publisher by publisher
September 16, 2020
in Assam, News
Reading Time: 1 min read
0
ঢাকাত ঘাটি স্থাপনৰ উদ্দেশ্যে ব্ৰিটিছৰ দ্বাৰস্থ হৈছিল আলফা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

ADVERTISEMENT

অবৈধ তথা হিংসাত্মক কার্যকলাপ অব্যাহত ৰখাৰ উদ্দেশ্যে এসময়ত ব্রিটিছ কূটনীতিবিদৰ শৰণাপন্ন হৈছিল আলফা । সম্প্রতি লণ্ডনৰ নেচনেল আর্কাইভছৰ দ্বাৰা প্রকাশিত কিছু নথিৰ পৰা এই তথ্য পােহৰলৈ আহিছে। বিশেষকৈ ৰাষ্ট্রপতি শাসনৰ সময়তে বাংলাদেশৰ ৰাজধানী ঢাকাত নিজৰ ঘাটি স্থাপনত সাহায্য বিচাৰিয়েই আলফাৰ নেতৃত্বই ব্রিটিছ কূটনীতিকৰ কাষ চাপিছিল।

নথিত উল্লেখ আছে যে ১৯৯০ত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰ বৰ্খাস্ত হােৱাৰ কিছু দিনৰ পূর্বে উত্তৰ-পূবৰ অন্যতম বিচ্ছিন্নতাবাদী সংগঠনটোৱে ডেভিদ অষ্টিন নামৰ ব্রিটিছ কূটনীতিবিদজনক সাক্ষাৎ কৰিছিল । ইয়াৰ কিছুদিনৰ পাছতেই ভাৰতীয় সেনাই আলফাৰ বিৰুদ্ধে ‘অপাৰেচন বজৰং আৰম্ভ কৰে ।

অষ্টিনে এই সন্দৰ্ভত লিখা এক টোকা সম্প্রতি নেচনেল আর্কাইভছে সদৰী কৰিছে। প্রকাশিত সেই নথি অনুসৰি, অসমৰ চাহ বাগিচাসমূহত ব্রিটেইনৰ ব্যৱসায়িক স্বার্থ জড়িত হৈ আছিল । সেই কার্যত নিয়মিতৰূপে বাধা দি আহিছিল পৰৱৰ্তী সময়ত নিষিদ্ধ ঘােষিত হােৱা আলফাই ।

একে সময়তে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ আলফাক ব্রিটিছ চৰকাৰৰ সাহায্যৰাে প্রয়ােজন হৈছিল । সেই কাৰণেই অষ্টিনক আলফাই অসমত নিজৰ শিবিৰ, ঘাটি আদি স্বচক্ষে দেখুওৱাৰ ইচ্ছা প্রকাশ কৰিছিল। উল্লেখ্য যে ১৯৯০ত অসমৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট অস্থিৰ আছিল। সেই সময়ত মহন্ত চৰকাৰ কেন্দ্ৰৰ ভি পি সিং নেতৃত্বাধীন নেচনেল ফ্রন্ট চৰকাৰ সহযােগী আছিল।

সেই সময়ত আলফাই অসমত আধিপত্য চলাই নির্বিচাৰে হিংসাত্মক কার্যকলাপ অব্যাহত ৰাখিছিল। কেন্দ্ৰত ভি পি সিং চৰকাৰৰ পতনৰ পাছতে কম দিনৰ বাবে প্রধানমন্ত্রী হয় চন্দ্রশেখৰ । তেতিয়াই কেন্দ্রই সেই বছৰৰ ২৭ নৱেম্বৰত মহন্ত চৰকাৰক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্রপতি শাসন জাৰি কৰাৰ উপৰি আলফাক নিষিদ্ধ ঘােষণা কৰি সেনা অভিযান আৰম্ভ কৰে। হয়তাে সেনা অভিযানৰ সম্ভাৱনীয়তা সম্পর্কে আলফা নেতৃত্ব অৱগত হৈছিল।

সেয়ে ৰাষ্ট্রপতি শাসনৰ পূর্বেই আলফাই ঢাকাত মূল ঘাটি স্থাপনৰ পৰিকল্পনা আৰম্ভ কৰিছিল। টোকাটোত উল্লেখ কৰা হৈছে যে ১৯৯০ দুই অক্টোবৰত আলফাৰ সেই সময়ৰ তিনি শীর্ষ নেতা সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গােলাপ বৰুৱা, প্ৰচাৰ সম্পাদক সিদ্ধার্থ ফুকন ওৰফে সুনীল নাথ আৰু ইকবালে ব্রিটিছ কূটনীতিবিদ অষ্টিনক সাক্ষাৎ কৰে ।

অৱশ্যে সাক্ষাতৰ স্থান সম্পর্কে অষ্টিনে কোনাে তথ্য উল্লেখ কৰা নাই। আলফা নেতৃত্বৰে হােৱা এই সাক্ষাৎ পর্বক ব্যাখ্যা কৰি লণ্ডনলৈ প্ৰেৰণ কৰা এটা টোকাত অষ্টিনে কেৱল এটা শব্দই ব্যৱহাৰ কৰিছে, সেয়া হ’ল ‘আকর্ষণীয়।

আনহাতে, সেই বছৰৰ চাৰি অক্টোবৰত লণ্ডনৰ মুখ্য কার্যালয়লৈ প্ৰেৰণ কৰা টোকাটোত অষ্টিনে এটা প্রশ্নও উত্থাপন কৰে । অষ্টিনৰ মতে, আলফাৰ অনুপ্ৰেৰণা হৈছে ইজৰাইল । শত্ৰু আৰব বিশ্বই চৌদিশে ঘেৰি ৰখাৰ পাছতাে যদি ইজৰাইল স্বাধীন হ’ব পাৰে, তেন্তে ভাৰতীয় সেনাৰ দ্বাৰা ঘেৰি ৰখাৰ পাছতাে অসমে কিয় নিজকে ৰাষ্ট্র ঘােষণা কৰিব নােৱাৰিব?

উল্লেখ্য যে আলফাৰ তৰফৰ পৰা সেই সাক্ষাতত অষ্টিনক অসমৰ লখিমপুৰ জিলাত থকা এটা প্রশিক্ষণ শিবিৰ, কিছু প্রচাৰ পুস্তিকাসহ বহুতাে ফটো দেখুওৱা হৈছিল । ইয়াৰে এখন ফটো আছিল চীন সীমান্তৰ । ফটোত চীন সেনাৰ তদানীন্তন জনসংযােগ বিষয়াসকলৰ স’তে আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক দেখা গৈছিল ।

অষ্টিনে নিজৰ টোকাত লগতে লিখিছে, ‘আলফাৰ সেই তিনি সদস্যই প্রধানকৈ চাৰিটা ক্ষেত্ৰত সাহায্য বা পৰামৰ্শ বিচাৰিছে । এক, আলফাৰ কার্যকলাপ আৰু লক্ষ্যসমূহক প্রচাৰ কৰাত ব্রিটেইনৰ সমর্থন । দুই, ইংলণ্ডত। আলফাৰ নিজৰ কার্যালয় স্থাপন কৰিব পাৰিব নে নাই সেই বিষয়ত পৰামর্শ। তিনি, ঢাকাত সংগঠিত অন্যান্য পশ্চিমীয়া কূটনৈতিক কার্যকলাপৰ বিষয়ে কিছু তথ্য। আৰু চাৰি, সাহায্যৰ ক্ষেত্ৰত ইজৰাইল কর্তৃপক্ষৰ স’তে যােগাযােগৰ উপায়।

অৱশ্যে আলফাৰ বিভিন্ন প্রশিক্ষণ শিবিৰ পৰিদৰ্শনৰ আহ্বানত অষ্টিনে কাণ নিদিলে । তেওঁ লগতে লিখিছে, ‘আলফাৰ প্ৰচাৰ লাভৰ এই কৌশল একেবাৰে নতুন আছিল। ভাৰত ৰিছাৰ্চ এণ্ড এনালাইটিকেল উইংৰ হস্তক্ষেপ অবিহনেই বাংলাদেশত বিদেশী কূটনৈতিক অভিযানত যাবলৈ আলফা সক্ষম হৈছিল। যিটো দিল্লীত বহি কোনােপধ্যে সম্ভৱ নাছিল ।

মন কৰিবলগীয়া যে সেই বছৰৰ পাঁচ নৱেম্বৰত দিল্লীৰ ব্রিটিছ উচ্চায়ুক্তৰ কার্যালয়ত অষ্টিনৰ সেই টোকাক ‘অসাধাৰণ’ আখ্যা দিছিল আন এজন ব্রিটিছ কূটনীতিবিদ ডি ডি ডব্লিউ মার্টিনে। দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰলৈ লিখা এক পত্ৰত মার্টিনে কয়, তেওঁলােকে (আলফা) এতিয়া পশ্চিমী কূটনীতিকসকলক লক্ষ্য কৰি লােৱাৰ সিদ্ধান্ত লৈছে।

মার্টিনৰ মতে, অষ্টিনৰ নােটত চীনৰ সন্দৰ্ভত যিবােৰ কথা উল্লেখ কৰা হৈছে সেইবােৰ যথেষ্ট নতুন আৰু আকর্ষণীয়। ব্রিটিছ কূটনীতিবিদ মার্টিনে লগতে লিখিছে, ইয়াৰ পূর্বে অসমৰে এজন কংগ্রেছ । বিধায়কৰ মুখত চীন আৰু আলফাৰ এই ভ্রাতৃত্বৰ সম্পর্কে শুনিছিলাে ।

তেওঁৰ অভিযােগ আছিল, চীনৰ এই আধিপত্যৰ সন্দৰ্ভত ভাৰতীয় চোৰাংচোৱাসকলে সকলাে কথাই জানিছিল; কিন্তু ভাৰত-চীন সম্পর্ক অটুট ৰখাৰ বাবে তেওঁলােকে এই সম্পর্কত মুখ বন্ধ ৰাখে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamDhaka
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: