২১ ছেপ্টেম্বৰৰ পৰা খুলিব বিদ্যালয়

52795 qhzuxfnrko 1488565970

অসম মাধ্যমিক শিক্ষা বিভাগে ২১ছেপ্টেম্বৰৰ পৰা ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ কাৰণে কিছুমান নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি ২১ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ক’ভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰে খুলিব ৷

Exit mobile version