- তলাবন্ধৰ মাজতে মহানগৰীৰ তনসুখৰায় ৰতনলাল জুৱেলাৰীৰ পৰা চুৰি হ’ল ৩৫ লাখ টকা মূল্যৰ ৰূপৰ মুদ্ৰা ।
- ৰূপৰ মুদ্ৰা চুৰিৰ অভিযোগত জুৱেলাৰীখনৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ ।
- ধৃত কৰ্মচাৰীদ্বয় হৈছে ক্ৰমে জাণ্টু মজুমদাৰ আৰু সঞ্জয় চক্ৰৱৰ্তী ।
- অভিযোগ অস্বীকাৰ ধৃত কৰ্মচাৰীদ্বয়ৰ ।
- ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।
মহানগৰীৰ জুৱেলাৰীৰ পৰা ৩৫ লাখ টকা মূল্যৰ ৰূপৰ মুদ্ৰা চুৰি
-
By publisher
Related Content
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024
Heavy Rainfall In Dimahasau:বানত বুৰ গ‘ল হাফলং চহৰ !
By
publisher
May 2, 2024