ৰাজ্যত পুনৰ ১২২৭ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷
ইয়াৰে কামৰূপ মে’ট্ৰ’ৰ ৩২৭ জন আৰু যোৰহাটৰ ১১৪ জন ৷
ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৫৬৬৮০ জনলৈ ৷
সুস্থ হৈছে ১২,৫৫৪০ জন
চিকিৎসাধীন হৈ আছে ৩০,৫৭৫ জন আৰু মৃত্যু হৈছে ৫৬২ জন ।
https://twitter.com/himantabiswa/status/1307712468710350848?s=19