হেপী বাৰ্থডে কৰীণা কাপুৰ খান

kareena759

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খানৰ ৪০ সংখ্যক জন্মদিন। প্ৰথমতে কৰীনালৈ জন্ম দিনৰ বহুত শুভেচ্ছা । কৰীণাৰ জন্মদিন উপলক্ষে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে মৰম আৰু শুভেচ্ছা প্ৰেৰণ কৰিছে ৷

আজি কৰীণা কাপুৰে অভিনেত্ৰীগৰাকীক জন্মদিন স্বামী চৈইফ আলী খান, কৰিশ্মা কাপুৰ,ৰণধীৰ কাপুৰ,ববীতা কাপুৰৰ লগত উদযাপন কৰিছে ৷ইতিমধ্যে কৰীণাৰ জন্মদিনৰ ফ’টো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷কৰীণা কাপুৰ এইসমূহ ফ’টোক কৰিশ্মা কাপুৰে কৰীণাৰ ফেন পেইজে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। চাওঁ আহক কৰীণাৰ দুখনমান ফ’টো ।

 

উল্লেখযোগ্য যে কৰীণা কাপুৰক লাল সিং চড্ডা নামৰ ছবিত দেখা যাব ৷এই ছবিখনত কৰীণাৰ লগতে আমিৰ খানেও অভিনয় কৰিছে ।এই ছবিখন ২০২১ৰ বৰদিনত মুক্তি পাব। আনহাতে কৰীণা আৰু চৈইফ পুনৰবাৰ পিতৃ মাতৃ হ’ব ৷

Exit mobile version