তাজমহলৰ প্ৰথম পৰ্যটক আছিল এজন চীনা নাগৰিক

1 Taj Mahal

■ সোমবাৰৰ পৰা পুনৰ মুকলি কৰা হয় ঐতিহাসিক তাজমহলৰ দুৱাৰ।
■ প্ৰথমজন পৰ্যটক আছিল চীনৰ Liang Chiacheng।
■ ছমাহ বন্ধ আছিল তাজমহল।
■ ৫০০০ৰ বাবে প্ৰবেশৰ ব্যবস্থা।
“■ সোমবাৰৰ পৰ্যটকৰ সংখ্যা আছিল 1,235 জন।

Exit mobile version