আৰক্ষীৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ

5ef5487182fc2 2574725 102717 kfsn dig threat visalia arrest img

বামুন্দীৰ পৰা গ্ৰেপ্তাৰ কুশল দাসক ।

গণেশগুৰীৰ থেংক ইউ ল’জৰ স্বতাধিকাৰীকো জেৰা অব্যাহত।

থেংক ইউ লজত আগতীয়াকৈ অনুষ্ঠিত হৈছিল SI ৰ পৰীক্ষা ।

ধনৰ বিনিময়ত ১৯ ছেপ্টেম্বৰতে পৰীক্ষা দিয়াৰ সুযোগ একাংশ প্ৰাৰ্থীৰ।

কমেও তিনিশ কাকত কমকৈ ওলাইছে

হাতেলিখা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা।

হাতেলিখা প্ৰশ্নকাকতৰ প্ৰতিলিপি জব্দ ।

নুনমাটিৰ পৰা পুনৰ আন এজনক গ্ৰেপ্তাৰ । ধৃত অভিযুক্ত জনৰ নাম সঞ্জীৱ শৰ্মা।

জব্দ থেংক ইউ ল’জৰ কম্পিউটাৰৰ হাৰ্ডিস্ক ।

Exit mobile version