- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কৃষক নেতা অখিল গগৈৰ বিস্ফোৰণ।
- চিআইডিয়ে কৰিব নোৱাৰে আৰক্ষীৰ SI প্ৰশ্ন কাকত ফাদিলৰ তদন্ত।
- CBI তদন্তৰ দাবী অখিলৰ ।
- মধ্যপ্ৰদেশৰ কেলেংকাৰীতকৈও SI কেলেংকাৰী ভয়াবহ আখ্যা অখিল গগৈৰ ।
- মুখ্যমন্ত্ৰী সোণোৱালক অপদাৰ্থ মুখ্যমন্ত্ৰী আখ্যা ।
- সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী অখিলৰ।
- ৰাজনৈতিক দল সন্দৰ্ভতো মন্তব্য গগৈৰ । সকলোকে একত্ৰিত হৈ এটা দল খুলিবলৈ আহ্বান । এক দল, এক পতাকা, এক প্ৰতীকৰ তলত সকলোকে একত্ৰিত হ’বলৈ আহ্বান অখিলৰ।
আৰক্ষী উপ-পৰিদৰ্শকৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত চিআইডিয়ে কৰিব নোৱাৰেঃ চিবিআই তদন্তৰ দাবী অখিলৰ
