- প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰা আৰু মুখপাত্র দিলীপ শৰ্মাৰ SI নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ৰাজীৱ ভৱনত সংবাদমেল ।
- এছ আই পৰীক্ষাৰ দুৰ্নীতিৰ চি আই ডিৰ তদন্তত অসন্তুষ্টি প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ ।
- চি আই ডিৰ তদন্ত প্ৰক্ৰিয়াত বিশ্বাস হেৰুৱাইছে বহুতে ।
- তদন্ত সঠিক হ’লে ৰৌ-বৰালী নহয় টিমি জালত পৰিব।
- CID হাতৰ পৰা কাৰ হেঁচাত পলায়ন কৰিলে বিজেপি নেতা দিবন ডেকাই?
- বিজেপি নেতাই CIDক হেঁচা প্ৰদান কৰিছিল ।
- উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশকদ্বাৰা তদন্ত কৰক ।
এছ আই পৰীক্ষাঃ একেটা বিভাগৰ নিয়ন্ত্ৰণত থকা চিআইডিৰ তদন্ত কিমান গ্ৰহণযোগ্য- প্ৰশ্ন কংগ্ৰেছৰ
