- পুনৰ বহুকেইজন সাংস্কৃতিক কৰ্মীয়ে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত ৷
- বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে ভ্ৰাম্যমাণৰ অভিনেতা বিপুল বৰা আৰু থিয়েটাৰ শিল্পীয়ে ৷বিজেপিত যোগদান কৰা কলা কুশলীসকলৰ ভিতৰত আছে:
- অঞ্জলী চেত্রী,
দিগন্ত কুমাৰ চৈধুৰী,
মৃদুল বৰুৱা,
দীপক কুমাৰ ৰয়,
বিনয় ডেকা,
কবিতা চুতিয়া,
বিপুল বৰা,
অঞ্জন জ্যোতি বেজ,
জলী বৰা,
কৃষ্ণমণি নাথ,
অজন্তা বৰুৱা দাস,
পুলেকেষ ভট্টাচার্য্য,
কল্যাণ কুমাৰ কলিতা,
নয়ন কৌশিক,
হিমাংশু ডেকা,
গৌতম ৰাজ,
ভাৱনা কাকতি,
ৰূপম অনুৰাগ,
কবিন ৰাজ,
ৰূপেন লহকৰ,
দেৱাশ্রুতি ভূঞা,
অমৰেন্দ্ৰ আলেম্যান ডেকা
- বিজেপিত যোগদান কৰা কলা কুশলীসকলৰ অধিকাংশই থিয়েটাৰ শিল্পী ৷
- অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰা আৰু পল্লৱ লোচন দাস ৷