- আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত উৎকোচ দিয়াৰ অভিযোগত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ।
- ধৃত অভিযুক্ত জন হৈছে নুনমাটি জ্যোতিনগৰৰ সূৰজ বৰুৱা।
- দালাল চক্ৰৰ অন্যতম সদস্য তথা ঋতুৰাজ বৰা- জয়দ্বীপ বৰৱাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই অভিযুক্ত সূৰয বৰুৱাক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে ।
- ধৃত সূৰয বৰ্তমানে চি আই ডিৰ জিম্মাত আছে ।
আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত উৎকোচ দিয়াৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ
-
By publisher
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024