- ৩০ ছেপ্তেম্বৰ অৰ্থাৎ কাইলৈ বাবৰি মছজিদ ধ্বংসৰ সন্দৰ্ভত সিদ্ধান্ত ৷
- এই সন্দৰ্ভত CBI ৰ বিশেষ আদালতত হ’ব শুনানি।
- CBIয়ে এই সন্দৰ্ভত ৪৯ গৰাকী লোকক অভিযুক্ত কৰিছিল । ইয়াৰ ভিতৰত ১৭ জনৰ ইতিমধ্যে মৃত্যু হৈছিল । বাকী ৩২ জনৰ বিৰুদ্ধে আদালতত সিদ্ধান্ত লোৱা হ’ব ৷
- বাবৰি মছজিদ ধ্বংসৰ সন্দৰ্ভত বিজেপি নেতা লালকৃষ্ণ আডৱানি, মুৰুলী মনোহৰ জোশী আৰু উমা ভাৰতীৰ লগতে ৪৯ জন লোকক অভিযুক্ত কৰিছিল আদালতে ৷
কাইলৈ চি বি আইৰ বিশেষ আদালতত বাবৰি মছজিদ সন্দৰ্ভত শুনানি
-
By publisher
- Categories: India, News
- Tags: AyodhyaBabri Masjidindia
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024