পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

india pak

পুনৰ পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰিছে ৷পাকিস্তানৰ পৰা গুলিচালনাত ভাৰতৰ LOC ৰ জম্মু কাশ্মীৰত তিনিজন জোৱান ছহিদ হয়। আনহাতে পাঁচজন সেনা জোৱান আহত হৈছে।

আনহাতে পাকিস্তানৰ এই কৰ্মকাণ্ডৰ পাছতে ভাৰতেও উচিত প্ৰত্যুত্তৰ দিয়ে ৷

পাকিস্তানৰ কিমান জোৱান আহত বা নিহত হৈছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।

বিগত আঠমাহত প্ৰায় ৩০০০ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে ৷

আনহাতে ২০০৩ ত ভাৰত আৰু পাকিস্তানে LOC ত যুদ্ধ বিৰতিৰ চুক্তি কৰিছিল।

Exit mobile version