#প্ৰশ্ন কাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকাক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন।
#নিযুক্তিৰ ক্ষেত্ৰত সংস্কাৰৰ বাবে বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনা কৰা হৈছ।
# সংবাদ মেলত ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।