এছ আই কেলেংকাৰীঃগৌৰৱ গগৈৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী

DISPUR12

#অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰি

#ন্যায়িক তদন্ত বিচাৰি দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।

#দিছপুৰ ঘেৰাও দিশে আগবঢ়া প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ ৷

# প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ ৷

# গৌৰব গগৈ,ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদসহ বহু প্ৰতিবাদকাৰীক আটক |

Exit mobile version