পৰ্যটকৰ কাৰণে পুনৰ মুকলি কৰা হ’ল মানস ৰাষ্ট্ৰীয় উদ্যান

manas national park

 

কৰ’নাৰ সংক্ৰমণৰ মাজতে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ হৈ আছিল।

আনহাতে পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰাৰ সময়ত ক’ভিড প্ৰট’কলসমূহ মানি চলিব লাগিব।

Exit mobile version