কৰ’নাৰ সংক্ৰমণৰ মাজতে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷
চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ হৈ আছিল।
আনহাতে পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰাৰ সময়ত ক’ভিড প্ৰট’কলসমূহ মানি চলিব লাগিব।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.