মহানগৰীৰ পাণ্ডুত এক চাঞ্চল্যকৰ হত্যাকাণ্ড

murder

 

ল’ক কলনীত এজন যুৱকক দুস্কৃতিকাৰীয়ে

মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ |

মুখত আঘাতৰ চিন স্পষ্ট মৃত বিকি সূত্ৰধৰ
নামৰ যুৱকজনৰ |

স্থানীয় লোকৰ অভিযোগ- অঞ্চলটোত দিনে নিশাই চলে মদ আৰু ড্ৰাগছৰ আড্ডা |

ঘটনাৰ সংক্ৰান্তত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

Exit mobile version