মহামাৰীৰ মাজতে ভাৰতত বৃদ্ধি পাইছে ধনাঢ্য লোকৰ সংখ্যা

Richest Indian origin billionaires USA

২০২০ বৰ্ষটো সকলোৰে কাৰণে প্ৰত্যাহ্বানেৰে ভৰপূৰ ৷ইয়াৰ মাজতে IIF য়ে ধনী ব্যক্তিৰ তালিকাত সংলগ্ন কৰিছে  ১৬১ খনকৈ নতুন মুখ ।চাওঁক আহক ভাৰতীয় বিলিয়নাৰসকলৰ তালিকা ৷

HCL এন্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক শিৱ নাডৰে এই তালিকাত লাভ কৰিছে প্ৰথম স্থান ৷নাডৰ Net Wealth প্ৰায় ১,৪১,৭০০ কোটি টকা ৷

দ্বিতীয়স্থানত আছেহ Wipro ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আজিম প্ৰেমজী ৷ তেওঁ Net Wealth হৈছে প্ৰায় ১,১৪,৪০০ কোটি ।

zscaler ৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক তথা CEO জয় চৌধুৰীৰ Net Wealth ৬৮,৮০০ কোটি ৷ তালিকাত জয় চৌধুৰী আছে তৃতীয় স্থানত ৷

Bharti Enterprises ৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ সুনিল মিট্টালৰ   Net Wealth ২৫,৫০০ কোটি টকা। তেওঁৰ স্থান চতুৰ্থ ৷

paytm ৰ চি ই অ’ আৰু প্ৰতিষ্ঠাপক বিজয় শংকৰ শৰ্মা আছে পঞ্চম স্থানত। তেওঁৰ Net Wealth হৈছে ২৩,০০০ কোটি টকা।

Byju’s ৰ প্ৰতিষ্ঠাপক বিজু ৰবিন্দ্ৰমৰ Net Wealth ২০১৯ তকৈ ২০২০ ত বৃদ্ধি পাইছে ১১৩% ৷তেওঁৰ সম্পত্তিৰ পৰিমাণ ২০,৪০০ কোটি টকা।

Infosysৰ CEO এছ গোপালাকৃষ্ণণনৰ সম্প্ৰত্তিৰ পৰিমাণ ১৮,১০০ কোটি ।

Infosysৰ সহ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ানৰ সম্প্ৰত্তিৰ পৰিমাণ ১৬,৪০০ কোটি ৷

Media.Net ৰ প্ৰতিষ্ঠাপক ডিভয়াংক ঠাকুৰীয়াৰ সম্প্ৰত্তিৰ পৰিমাণ ১৪,০০০ কোটি টকা।

উড়ানৰ সহ প্ৰতিষ্ঠাপক আমোদ মালভিয়া ১৩,০০০ কোটি টকা।

উড়ানৰ সহ প্ৰতিষ্ঠাপক সুজিট কুমাৰৰ সম্পত্তিৰ পৰিমাণ ১৩,০০০ কোটি টকা ।

I

Exit mobile version