প্ৰতিটো ছেকেণ্ডত ৰঙ সলনি কৰে এটা বিশেষ প্ৰজাতিৰ চৰাই Surakavয়েঃ চাওঁক ভিডিঅ’

WhatsApp Image 2020 10 05 at 5.47.37 PM

বিভিন্ন সময়ত প্ৰকৃতিৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকতি তথা জীৱ জন্তুবোৰে আমাক আচৰিত কৰি তোলে ৷ কাৰণ সৰ্বসাধাৰণতে আমি দেখা সৰ্বসাধাৰণৰ জীৱ- জন্তু বা চৰাই চিৰিকতিসমূহৰ উপৰিও বিভিন্ন প্ৰজাতিৰ কিছুমান চৰাই আছে ৷ যিসমূহ সম্পূৰ্ণ পৃথক ৷ তাৰ মাজতে আজি চাও আহক এটি বিশেষ চৰাইৰ ভিডিঅ’ ৷ চৰাইটোৰ নাম Surakav ৷ কণমানি চৰাইটোক দেখিলে আচৰিত হ’ব আপুনি ৷ কাৰণ চৰাইটোৱে প্ৰতিটো ছেকেণ্ডত এবাৰকৈ ৰঙ সলনি কৰে । আনহাতে এই চৰাইটোৰ ফ’টো ৬২ দিনত ১৯ দিনত ফ’টোগ্ৰাফাৰে সংগ্ৰহ কৰিছিল ।

ADVERTISEMENT

 Source-Youtube

Exit mobile version