বলীউডৰ অভিনেত্ৰী দিশা পাটানি সদায়ে নিত্য নতুন ষ্টাইলেৰে চৰ্চাত থাকে ৷তাৰ মাজতে দিশা সম্প্ৰতি চৰ্চাত আছে Beach ত পৰিধান কৰা Swimsuit ক লৈ ৷কাৰণ যেতিয়াই আমি Beach ত যোৱাৰ কথা ভাবো তেতিয়াই মনলৈ প্ৰথমতে আহে দিশা পাটানিৰ নাম ৷
ইপিনে দিশা আৰু Cutout Swimsuit বিকিনী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷আনহাতে যিসকলে বিকিনি পৰিধান কৰিবলৈ অস্বস্তিত ভূগে তেওঁলোকে Cutout Swimsuit পৰিধান কৰিব পাৰে ৷
উল্লেখযোগ্য যে দিশাৰ Beach লুকৰ ওপৰিও এয়াৰপৰ্ট লুকটো চৰ্চাত থাক ৷চাওঁ আহক দিশাৰ চৰ্চাত থকা কেইখনমান ফ’টো