ধুবুৰী আৰক্ষীৰ জালত চোৰাং গৰু মাফিয়া ছাদ্দাম আলি

WhatsApp Image 2020 10 06 at 8.30.25 PM

 

গৌৰীপুৰৰ মাটিয়াবগ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ ছাদ্দাম আলি

ছাদ্দাম আলি দুধৰ্ষ আদম আলিৰ ভাতৃ।

ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছাদ্দাম আলীক।

Exit mobile version