আমেৰিকাত মুকলি কৰা হ’ল অতি আকৰ্ষণীয় গাড়ী 2021 jaguar XF

WhatsApp Image 2020 10 07 at 3.43.26 PM

◆ ২০১৫ ৰ আৰম্ভণীতে মুকলি কৰাৰ পিছত পুনৰ Jagurএ আকৰ্ষণীয় ভাৱে আপডেট কৰি নতুনকৈ বজাৰত মুকলি কৰিছে XFৰ ।
◆ গাড়ীখনৰ ভিতৰভাগত ১১.৪ ইঞ্চিৰ touchscreen infotainment systemৰ ব্যৱস্থা কৰা হৈছে ।
◆ ২০২১ ত ভাৰতীয় বজাৰত উপলব্ধ হ’ব আকৰ্ষণীয় গাড়ী Jaguar XF.


◆ গাড়ীখনৰ আকৰ্ষণীয় সুবিধাসমূহ হ’ল – Apple Crplay, Anroid Auto,OTA(over তহে air) কে ধৰি বহুকেইটা নতুন সুবিধা ।
■ ডিজেলযুক্ত নতুন Jaguar XF ৰ মূল্য প্ৰায় ৪৯.৫৮ ৰ পৰা ৬১.৪১ লাখৰ ভিতৰত । আনহাতে, পেট্ৰলযুক্ত নতুন Jaguar XF ৰ মূল্য প্ৰায় ৫৩.২৫ লাখৰ পৰা ৬০.৭৫ লাখৰ ভিতৰত।

Exit mobile version