- আজি ঘোষণা হ’ল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।
- ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল চাৰ্পন্থী আৰু আৰু আমেৰিকাৰ জেনিফাৰ ডাউদালৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰ ।
- দুয়োগৰাকীকে গেন’মী এডিটিঙৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।
- ইমানুৱেল চাৰ্পন্থী হৈছে জাৰ্মানীৰ বাসিন্দা আৰু
- জেনিফাৰ ডাউদা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা ।
ঘোষণা কৰা হ’ল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ বিজয়ীৰ নাম
-
By publisher
- Categories: Education, News, world
- Tags: Emmanuelle CharpentierGenome EditingJennifer A. DoudnaNobel Prize
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024