- আজি ঘোষণা হ’ল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।
- ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল চাৰ্পন্থী আৰু আৰু আমেৰিকাৰ জেনিফাৰ ডাউদালৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰ ।
- দুয়োগৰাকীকে গেন’মী এডিটিঙৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।
- ইমানুৱেল চাৰ্পন্থী হৈছে জাৰ্মানীৰ বাসিন্দা আৰু
- জেনিফাৰ ডাউদা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা ।
ঘোষণা কৰা হ’ল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ বিজয়ীৰ নাম
-
By publisher
- Categories: Education, News, world
- Tags: Emmanuelle CharpentierGenome EditingJennifer A. DoudnaNobel Prize
Related Content
Road accident: এল্ট’ আৰু মালবাহী টাটা ডি আইৰ মাজত মুখামুখি সংঘৰ্ষ...
By
publisher
January 19, 2025
STF raid: পুনৰ STFৰ অভিযানত সন্দেহযুক্ত জেহাদী আটক
By
publisher
January 19, 2025
Today Print Edition Dainik Agradoot:19 January’25
By
publisher
January 19, 2025
বন্ধু বা বান্ধৱীৰ প্ৰেমত পৰিও মনৰ কথা ক’ব পৰা নাই নেকি ? তেনেহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে
By
publisher
January 19, 2025
Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ
By
publisher
January 18, 2025