হাথৰছৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকসহ তিনিজন লোকক গ্ৰেপ্তাৰ

WhatsApp Image 2020 10 07 at 6.51.31 PM

এজন সাংবাদিকসহ তিনিজন লোকক হাথৰছৰ ঘটনাৰ সন্দৰ্ভত গৈ থকা অৱস্থাত বেআইনী ক্ৰিয়াকলাপ আইন অমান্য কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । সোমবাৰে চাৰিজন লোকক মথুৰোত গ্ৰেপ্তাৰ কৰাৰ পাছত । চাৰিজন ক্ৰমে মুফাজাৰ নগৰৰ আতিক ওৰ ৰহমান, মালাপ্পুৰমৰ চিদ্দিক, বাহৰাইচৰ মাসুদ আৰু ৰামপুৰৰ আলম । ইয়াৰ ভিতৰত চিদ্দিক এজন সংবাদকর্মী ।

হাথৰছলৈ গৈ থকা অৱস্থাত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল এই চাৰিওজনক । ‘Justice For Hathras Victim’ সম্পৰ্কীয় বহু তথ্য, এটা লেপটপ আৰু আপত্তিজনক তথ্য উদ্ধাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে লোককেইজনৰ ওপৰত। আনহাতে, IPC ৰ ধাৰা 153-A, 295A, 124A ৰ ১৭ আৰু ১৪ ৰ অধীনত, ১৯৬৭ আইন আৰু ৬৫ৰ অধীনত, তথ্য প্ৰযুক্তি আইনৰ ৭২ আৰু ৭৬ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version