ভাৰতীয় বজাৰত পুনৰ মুকলি কৰা হ’ল ইলেকট্ৰিক SUV যুক্ত আকৰ্ষণীয় গাড়ী Mercedes Benz EQC

WhatsApp Image 2020 10 08 at 5.33.43 PM

◆ দেশৰ প্ৰথম ইলেকট্ৰিক SUV যুক্ত Mercedes Benz EQC মুকলি কৰা হ’ল, যাৰ মূল্য ৯৯.৩০ লাখ।
◆ এই মূল্য কেৱল ৫০ জন গ্ৰাহকৰ বাবেহে প্ৰযোজ্য হ’ব ।
◆ Mercedes Benz EQC হৈছে ভাৰতৰ প্ৰথম বিলাসবহুল ইলেকট্ৰিক SUV আৰু গাড়ীখন বিক্ৰী কৰা যাব কোম্পানীৰ বৈদ্যুতিক বাহনৰ ব্ৰেণ্ড EQ ৰ অধীনত ।
◆প্ৰথম পৰ্যায়ত এই গাড়ীখন দেশৰ কেৱল ৬ খন চহৰ মুম্বাই, পুনে, দিল্লী, হাইডৰাবাদ, চেন্নাই আৰু বাংগালুৰুতহে উপলব্ধ হ’ব ।
◆নতুন Mercedes Benz EQCৰ কেবিনত ১২.৩ ইঞ্চিৰ MBUX ইনফ’টেইনমেণ্ট চিষ্টেমৰ স’তে Dual screen Displayৰ লগতে বহু আকৰ্ষণীয় সুবিধা লাভ কৰিব ।

Exit mobile version