- অসম গণ পৰিষদ দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগ দিলে কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ।
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক কাৰ্যসূচী ।
- ঐক্য, শান্তি, প্ৰগতিৰ মূলমন্ত্ৰৰে ন-সাজেৰে প্ৰগতিশীল জাতীয়তাবাদ শক্তিশালী কৰাৰ চেষ্টাৰে অগপত যোগ দিলে কন্ঠশিল্পী গৰাকীয়ে ।
- সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কন্ঠশিল্পীগৰাকীৰ ।
- দলৰ মূল এম্বেচাদৰ দৰে কৰ্ম সম্পাদন কৰিব পাটোৱাৰীয়ে ।
অগপত যোগদান কন্ঠশিল্পী কল্পনা পাটোৱাৰীৰ
-
By publisher
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024