- প্ৰশ্ন কাকত ফাদিলৰ গোচৰত জড়িত থকাৰ অভিযোগত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ ।
- ধৃত অভিযুক্তজন হৈছে বিজেপি নেতা দ্বিবন ডেকা-পি কে দত্তৰ ঘনিষ্ঠ সৰোজ শৰ্মা ।
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ অপৰাধ কোষে ।
- ধৃত অভিযুক্তজনক মহানগৰ আৰক্ষীৰ অপৰাধ কোষৰ মুখ্য কাৰ্যালয়লৈ নিছে অভিযানকাৰী দলে ।
প্ৰশ্নকাকত ফাদিলৰ গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ
-
By publisher
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024