- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত পুনৰ এজন অভিযুক্তক আটক।
- ধৃত পি কেৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই যোৱা নিশা চিআইডিয়ে মহানগৰীৰ গীতানগৰৰ পৰা আটক কৰে অভিযুক্তজনক।
- আটকাধীন অভিযুক্তজন হৈছে গীতানগৰৰ হীৰুমনি নাথ ।
- ধৃত অভিযুক্তজনক বৰ্তমানে জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে।
প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযোগত পুনৰ এজনক আটক
-
By publisher
- Categories: Assam, News
- Tags: AssamAssam PoliceSI Exam
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024