#উত্তৰ-পূবৰ বৃহৎ চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা বিক্ৰী কৰাৰ অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ |
#সংবাদমেলৰ জৰিয়তে এই বিস্ফোৰক তথ্য মঞ্চৰ |
# ১৪ আগষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্পন্ন হৈছিল বিক্ৰী চুক্তি |
# ১৯ অক্টোবৰৰ পৰা চিৰিয়াখানা বচাও আন্দোলন |
# টেণ্ড হাউচ থকা পাঞ্জাৱী লোকক বিক্ৰী কৰা হৈছে চিৰিয়াখানাখন |
#২০১৭ৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ |
# পৰিকল্পিতভাৱে চিৰিয়াখানা ধ্বংস কৰাৰ অভিযোগ |
# জন্তুৰ চিকিৎসালয় ২০১৭ত বন্ধ কৰি দিয়া হৈছিল |
#জন্তুৰ খাদ্য কমাই যোগান ধৰাৰ অভিযোগ |
# চাৰিবেৰ নথকা বাবে ৮০০ হৰিণ সন্ধানহীন |
#উচ্চ ন্যায়ালয়ত মঞ্চই তৰিব গোচৰ |
#ডিএফঅ’ টেজাজ মৰিস্বামীৰ উদ্যোগত চলিছে এই ধ্বংস যজ্ঞ |
# মৰিস্বামীৰ দিনত তিনি বছৰত ১২ শ বন্যপ্ৰাণী মৃত্যুৰ অভিযোগ |