সোমবাৰৰ পৰা প্ৰথমবাৰৰ কাৰণে বগীবিল দলঙৰ ওপৰেৰে চলিব ৰাজধানী এক্সপ্ৰেছ

WhatsApp Image 2020 10 11 at 9.06.12 PM

সোমবাৰৰ পৰা প্ৰথমবাৰৰ বাবে সপ্তাহত দুদিনকৈ ডিব্ৰুগড়ৰ পৰা বগীবিল দলঙৰ ওপৰেৰে লক্ষীমপুৰ ৰাঙাপাৰা ৰঙিয়া নিউ বঙাইগাঁও হৈ এখন বিশেষ ৰাজধানী এক্সপ্ৰেছ নতুন দিল্লীলৈ ৰাওনা হ’ব। সেইদৰে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈও সপ্তাহত দুদিনকৈ এই বিশেষ ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰিব।

ADVERTISEMENT
Exit mobile version